22 C
Guwahati
Sunday, December 5, 2021
More

    বঙাইগাঁও জিলাৰ গোলাপাৰাত মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ

    বিজেপি চৰকাৰক হিটলাৰ চৰকাৰ আখ্যা

    বঙাইগাঁও জিলাৰ গোলাপাৰাত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ। উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল চৌধুৰীক বিনা চৰ্তে মুকলিৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী।

    সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ। বিজেপি চৰকাৰক হিটলাৰ চৰকাৰ আখ্যা। ‘কা’ বিৰোধী আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। শীঘ্ৰেই যুৱ কংগ্ৰেছৰ সভাপতিক মুকলিৰ দাবী, অন্যথাই ভয়াবহ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদীসকলৰ।

    Inputs And Photo: Rafique alom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং