31 C
Guwahati
Wednesday, September 21, 2022
More

    প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা, অনলাইনত উপলব্ধ NRCৰ তালিকা

    ২০১৯, ৩১ আগষ্টত প্ৰকাশিত তালিকাত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল

    অসমৰ প্ৰতিগৰাকী লোক যিসকলে NRC তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনাইছিল, এতিয়া তেওঁলোকে চাব পাৰিব NRCৰ অফিচিয়েল ৱেবছাইট www.thefinalnrc.in

    NRCৰ ৱেবছাইটত ARN নম্বৰ সন্নিবিষ্ট কৰি চাব পাৰিব নাম।

    ২০১৯ৰ ১৪ ছেপ্টেম্বৰত প্ৰকাশ পোৱা তালিকাখনত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে সেইসকল হ’ল- অসমৰ নাগৰিকৰূপে স্বীকাৰ কৰা, যিসকল লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱা নাই আৰু যিসকলৰ আৱেদন আৰু দাবী বৰ্তমানেও স্থগিত হৈ আছে।

    কিদৰে চাব অন্তিমখন NRC তালিকাত আপোনাৰ নামঃ

    •  NRC ৱেবটাইটত যাওকঃ www.thefinalnrc.in

    •  আপোনাৰ নাম চাবলৈ ARN নম্বৰ সন্নিবিষ্ট কৰক

    • আপোনাৰ CAPTCHA code সন্নিবিষ্ট কৰক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং