29 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: ছয়গাঁৱত দুটা ফৈদৰ মাজত সংঘৰ্ষ; নিহত ১

    কেইবাজনো গুৰুতৰভাৱে আহত

    ছয়গাঁৱৰ গৰৈমাৰী পূৱ ভাউৰীয়াভিঠাত দুটা ফৈদৰ সংঘৰ্ষ। চোকা অস্ত্ৰৰে আক্ৰমণ প্ৰত্যাক্ৰমণ। সংঘৰ্ষত এগৰাকী বৃদ্ধ নিহত। চিকিৎসালয়ত নিহত আইনাল হক (৬০)।

    আইনাল হক আৰু জংচেৰ আলীৰ ফৈদৰ মাজত সংঘাত। আইনাল হকৰ ফৈদৰ আন ৭জন আঘাতপ্ৰাপ্ত। গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি আঘাত প্ৰাপ্তক। জংচেৰ আলীৰ ফৈদৰো তিনিজন আঘাতপ্ৰাপ্ত ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং