32 C
Guwahati
Friday, September 30, 2022
More

    চন্দ্ৰযান-২ ভাৰতৰ বাবে বৃহৎ অভিযান, এই মিছনে ভাৰতক উন্নতিৰ দিশে আৰু এখোজ আগবঢ়াবঃ আমেৰিকা

    আমি আশাবাদী যে ভাৰতে মহাকাশত স্থান নিৰ্ধাৰণ কৰিবলৈ নিশ্চয় সফল হ'ব, এই কথা ক'লে আমেৰিকাৰ ৰাজনীতিবিদে

    শনিবাৰে আমেৰিকাত মন্ত্ৰী এলিছ জি বেল্ছে চন্দ্ৰযান-২ মিছনৰ বাবে ইছৰোক শুভেচ্ছা জনাই কয় যে, ভাৰতৰ বাবে এয়া বৃহৎ অভিযান। চন্দ্ৰযান-২ৰ এই ঐতিহাসিক ক্ষণৰ বাবে ভাৰতক টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ। এই মিছনে ভাৰতক উন্নতিৰ দিশে আৰু এখোজ আগবঢ়াব।

    আমি আশাবাদী যে ভাৰতে মহাকাশত স্থান নিৰ্ধাৰণ কৰিবলৈ নিশ্চয় সফল হ’ব। ছচিয়েল মিডিয়াতো ISROৰ এই প্ৰয়াসে যথেষ্ট সমাদৰ লাভ কৰে।

    Image credit: bhaskar.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং