28 C
Guwahati
Friday, September 23, 2022
More

    চামগুৰি আৰক্ষী জালত ৫টা চুৰি গৰু সৰবৰাহকাৰী

    ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। তেনে সময়তে চামগুৰিত ২২টাকৈ গৰুসহ ৫টা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। ১২ চকীয়া ট্ৰাকখনেৰে গৰুকেইটা মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল চক্ৰটোৱে। ধৃত মেঘালয়ৰ গৰু সৰবৰাহকাৰীকেইটা ক্ৰমে মিকি ধৰ, আৰবাজ ধৰ, ক্যানমৌ পাপ’ং আৰু চামগুৰিৰ মুকচিদুল ইছলাম, মুক্তাৰ হুছেইন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং