23.4 C
Guwahati
Wednesday, October 20, 2021
More

    লখিমপুৰত কেব বিৰোধী আন্দোলনকাৰীক BJP আৰু AVBP কৰ্মীৰ আক্ৰমণ

    আছু কৰ্মীক কেব আৰু চৰকাৰৰ বিৰুদ্ধে মাত নামাতিবলৈ ফোনতো ভাবুকি

    লখিমপুৰত CAB বিৰোধী আন্দোলনকাৰীৰ ওপৰত আক্ৰমণ। CAB বিৰোধী ছাত্ৰৰ ওপৰত আক্ৰমণ CAB সমৰ্থনকাৰী BJP আৰু ABVP কৰ্মীৰ। প্ৰতিবাদ সমাপ্ত কৰি উভতি যোৱাৰ পথত প্ৰায় ৮ জনীয়া দলৰ আক্ৰমণ। আহত এগৰাকী আছু কৰ্মী চিকিৎসাধীন।

    আছু কৰ্মীক কেব আৰু চৰকাৰৰ বিৰুদ্ধে মাত নামাতিবলৈ ফোনতো ভাবুকি। আক্ৰমণকাৰী AVBP আৰু BJPৰ কৰ্মীৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত আছুৰ কৰ্মীৰ এজাহাৰ দাখিল। আক্ৰমণৰ ঘটনাক লৈ লখিমপুৰত তীব্ৰ উত্তেজনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং