23.4 C
Guwahati
Wednesday, October 20, 2021
More

    তিনিচুকীয়া জিলাত প্ৰতিবাদকাৰীক লাঠীচার্জ, আহত কেইবাজনো

    লাঠীচার্জেই নহয় প্ৰতিবাদকাৰীক ৰুধিবলৈ প্ৰয়োগ কৰা হৈছে কন্দুৱা গেছ আৰু ৰবৰ বুলেট

    তিনিচুকীয়া জিলাতো উত্তপ্ত পৰিস্থিতি। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীক লাঠীচার্জ । যাৰ বাবে আহত হৈছে কেইবাজনো প্ৰতিবাদকাৰী। আহত সকলক নিকটতম হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

    অকল লাঠীচার্জেই নহয় প্ৰতিবাদকাৰীক ৰুধিবলৈ প্ৰয়োগ কৰা হৈছে কন্দুৱা গেছ আৰু ৰবৰ বুলেট। কেব বিৰোধী আন্দোলন তিনিচুকীয়া জিলাত ক্ৰমান্বয়ে তীব্রতৰ হৈ পৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং