27 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: ৰাজীৱ ভৱনত আৰক্ষীৰ বেৰিকেড ভাঙিলে একাংশ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে, চাওক VIDEO

    প্ৰতিবাদকাৰীৰ ওপৰত পৰিল আৰক্ষীৰ লাঠি চালনা আৰু কন্দোৱা গেছ

    উত্তপ্ত হৈ পৰিছে গুৱাহাটী মহানগৰীও। প্ৰতিবাদকাৰীৰ ওপৰত পৰিল আৰক্ষীৰ লাঠী আৰু কন্দুৱা গেছ । গুৱাহাটীৰ জি এছ ৰোডত পথ অৱৰোধৰ লগতে ৰাজীৱ ভৱনতো সমদল উলিয়াই প্ৰতিবাদকাৰীয়ে।

    চাওক VIDEO

    ৰাজীৱ ভৱনত ছাত্ৰ সমাজে উলিওৱা প্ৰতিবাদক বাধা দিবলৈ চেষ্টা আৰক্ষীৰ পিছে সেই বেৰিকেড ভাঙি প্ৰতিবাদীৰ দল আগবাঢ়িল। পিছে লাঠী চালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰাত পিছুৱাবলৈ বাধ্য হয় প্ৰতিবাদকাৰীসকল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং