29 C
Guwahati
Wednesday, October 13, 2021
More

    কেব গৃহীত হ’লে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত নিষিদ্ধ হ’ব বিধায়ক মৃণাল শইকীয়া

    মৃণাল শইকীয়াক বদন বৰফুকন আখ্যা ব্ৰহ্মপুত্ৰবাসীৰ

    ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰবাসীৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজ । দেৰগাঁৱৰ ৰঙামাটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জনতাই।

    Photo : Time8

    কেব গৃহীত হ’লে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰৱেশ নিষিদ্ধ হ’ব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ। মৃণাল শইকীয়াক বদন বৰফুকন আখ্যা ব্ৰহ্মপুত্ৰবাসীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং