23.4 C
Guwahati
Wednesday, October 20, 2021
More

    কেবৰ বিৰোধিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আকৌ শৰাইঘাটলৈ’

    এই কাৰ্যসূচীত অংশ ল'বলৈ ছাত্ৰ সমাজ, শিক্ষক,কৰ্মচাৰী, বুদ্ধিজীৱী, শিল্পী তথা ৰাইজৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে

    কেবকলৈ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। ঠায়ে ঠায়ে চলি আছে গণ বিক্ষোভ। আন্দোলন, জোঁৰ সমদল, প্ৰতিবাদ, ঘেৰাও কাৰ্যসূচী আদিৰে অসমবাসীয়ে কেবৰ বিৰোধিতা কৰি গৈছে।

    ইয়াৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ে ৯ ডিচেম্বৰত ‘আকৌ শৰাইঘাটলৈ’ শীৰ্ষক এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে জোঁৰ সমদল উলিয়াব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত বিয়লি ২ বজাৰ পৰা হ’বলগীয়া এই কাৰ্যসূচীত অংশ ল’বলৈ ছাত্ৰ সমাজ, শিক্ষক,কৰ্মচাৰী, বুদ্ধিজীৱী, শিল্পী তথা ৰাইজৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং