30 C
Guwahati
Wednesday, October 27, 2021
More

    শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ কটন বিশ্ববিদ্যালয়ত; শিক্ষামন্ত্ৰীৰগৃহত কেব বিৰোধী পোষ্টাৰ

    অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰিছে

    কেবৰ বিৰুদ্ধে অগ্নিগৰ্ভা হৈ পৰিছে অসমৰ পৰিৱেশ। জনসাধাৰণ, দল-সংগঠনৰ লগতে কেবৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলো। শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰে।

    Video :Time8

    এই জাননী জাৰি কৰাৰ পিছতে মাজনিশা শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হয় কটন বিশ্ববিদ্যালয়ত। ইয়াৰ উপৰিও মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰত কোনো লোকে কেব বিৰোধী পোষ্টাৰ মাৰি থৈ যায়।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং