27 C
Guwahati
Wednesday, October 13, 2021
More

    পুৰণিগুদামত বিজেপি নেতাৰ প্ৰতিকৃতিত মেখেলা পিন্ধাই আছুৰ CAB বিৰোধী প্ৰতিবাদ

    CAB গৃহীত কৰাৰ ষড়যন্ত্ৰত লিপ্ত থাকিলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ

    অগপৰ তিনি মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ৰাজপথত। পুৰণিগুদামত মন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিমূৰ্তিত মেখেলা পিন্ধাই, হেংদাং লৈ বিক্ষোভ প্ৰদৰ্শন আছু নেতা-কৰ্মীৰ।

    Video : Time8

    চৰকাৰী পক্ষক বহিৰাগত বঙালীৰ দালালগিৰি নকৰিবলৈ দাবী। CAB গৃহীত কৰাৰ ষড়যন্ত্ৰত লিপ্ত থাকিলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং