28 C
Guwahati
Thursday, October 28, 2021
More

    গোলাঘাটত সমুহীয়া মুণ্ডনেৰে CABৰ প্ৰতিবাদ

    পদপথৰ ওপৰতে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী

    CAB ৰ বিৰুদ্ধে আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰতি সমৰ্থন জনাই গোলাঘাটত সমুহীয়া মুণ্ডন। গোলাঘাটৰ ৰঙাজানত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাজান আঞ্চলিক সমিতিয়ে সমুহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰে।

    Photo: Time8

    কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি সকীয়াই দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদস্য সকলে। পদপথৰ ওপৰতে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। লগতে অন্য়সকলে টায়াৰ জ্বলাই এই প্ৰতিবাদত ভাগ লয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং