30 C
Guwahati
Wednesday, October 27, 2021
More

    ডিমৌত CABৰ বিৰুদ্ধে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ কাৰ্যসূচী

    ডিমৌ ৰাজহুৱা বাছ আস্থানত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টা জোৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ অঞ্চলটোৰ বহু ছাত্র কৰ্মীৰ

    সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌতো CAB বিৰোধী উত্তাল প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিমৌত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ বিক্ষোভ কাৰ্যসূচী। ডিমৌ ৰাজহুৱা বাছ আস্থানত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টা জোৰা বিক্ষোভ কাৰ্যসূচী। এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ অঞ্চলটোৰ বহু ছাত্র কৰ্মীৰ।

    Video : Time8

    প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব শৰ্মা গ’বেক, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গ’বেগ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দি ডিমৌ মাজমজিয়াত উত্তাল প্রতিবাদ সাব্যস্ত কৰে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে।

    Input: Iftikar Rahman, Demow

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং