25 C
Guwahati
Thursday, October 21, 2021
More

    কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে জাহ্নু বৰুৱাই

    ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানতো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ

    কেবৰ বিৰুদ্ধে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলিছে বিদ্ৰোহৰ অগ্নি। সকলো ওলাই আহিছে কেবৰ বিৰুদ্ধে যুঁজিবলৈ। সোমবাৰে লোকসভাত কেব গৃহীত হয়। কোনোপধ্যই কেব মানি লোৱা নহ’ব বুলি হুংকাৰ অসমীয়াৰ।
    কেবৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ যশস্বী চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই।

    কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা জাহ্নু বৰুৱাই প্ৰত্যাহাৰ কৰিলে নিজৰ ছবি। ভগা খিৰিকি নামৰ ছবিখন প্ৰত্যাহাৰ কৰিলে জাহ্নু বৰুৱাই। ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানতো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ। কেব কোনোপধ্য়ই মানি নোলোৱাৰ স্থিতি গ্ৰহণ কৰি এই সিদ্ধান্ত জাহ্নু বৰুৱাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং