29 C
Guwahati
Saturday, October 23, 2021
More

    তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত ‘কা’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল

    প্ৰতিবাদকাৰীয়ে নানান শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ তিনিচুকীয়া

    সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো ধাৰাবাহিকভাৱে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

    তিনিচুকীয়াৰ চাংমাই গাঁৱৰ পৰা থানা চাৰিআলিলৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই জাতিধ্বংসী ‘কা’ বাতিলৰ দাবীত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে নানান শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ তিনিচুকীয়া।

    Photo Credit :@keshab-mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং