22 C
Guwahati
Tuesday, October 26, 2021
More

    মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী গড়মূৰত ডবা কাঁহ লৈ ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

    মাজুলীৰ ৰাজপথত সমদল কৰি 'কা'ৰ বিৰোধিতাৰে বিভিন্ন শ্ল'গানেৰে গড়মূৰ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে

    কাৰ বিৰুদ্ধে মাজুলীত চুতীয়া ছাত্র সন্থাৰ বৃহ প্ৰতিবাদী সমদল। অংশগ্ৰহণ কৰিছে শ শ মহিলাই। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মহিলা ,যুৱক-যুৱতীকে ধৰি হাজাৰ হাজাৰ লোক ওলাই আহিল জিলা সদৰ গড়মূৰলৈ।

    মাজুলী নয়াবজাৰৰ পৰা বিশাল ৰেলী কৰি গড়মূৰত প্ৰতিবাকাৰ বিৰুদ্ধে মাজুলীত চুতীয়া ছাত্র সন্থাৰ বৃহ প্ৰতিবাদী সমদল। অংশগ্ৰহণ কৰিছে শ শ মহিলাই। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মহিলা ,যুৱক-যুৱতীকে ধৰি হাজাৰ হাজাৰ লোক ওলাই আহিল জিলা সদৰ গড়মূৰলৈ।

    মাজুলী নয়াবজাৰৰ পৰা বিশাল ৰেলী কৰি গড়মূৰত ডবা কাঁহ লৈ ‘কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। মাজুলীৰ ৰাজপথত সমদল কৰি ‘কা’ৰ বিৰোধিতাৰে বিভিন্ন শ্ল’গানেৰে গড়মূৰ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে। মুখ্যমন্ত্ৰীৰ সমষ্টিত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব মাজুলীবাসীয়ে।

    Photo Credit : @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং