26 C
Guwahati
Monday, October 3, 2022
More

    অৰুণাচল প্ৰদেশত ‘কা’ৰ বিৰুদ্ধে ম’ম লৈ মৌন সমদল; প্ৰতিবাদত মৃত্যুবৰণ কৰা পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

    এই সমদলত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে

    সমগ্ৰ দেশতে কাৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠাৰ সময়তে সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো কাৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গ’ল৷ লগতে শ্বহীদসকলৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ৷

    এইবাৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা লোককেইজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনোৱা লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেপুৰত ম’ম লৈ এক মৌন সমদল উলিয়ায়।

    লেকাং-মহাদেপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন, এন জি অৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উলিওৱা এই সমদলত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

    Photo Credit :@abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং