23.4 C
Guwahati
Wednesday, October 20, 2021
More

    আমিনগাঁৱত গীত মাতেৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ আছু আৰু মাতৃ সমাজৰ

    আমিনগাঁৱৰ কেইবাশতাধিক জীয়ৰী বোৱাৰীয়ে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ

    কামৰূপ জিলা সদৰ আমিনগাঁৱত গীত মাতেৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ। নাগাৰা নামেৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত মাতৃ সমাজৰ। উত্তৰ গুৱাহাটী আমিনগাঁৱৰ কেইবাশতাধিক জীয়ৰী বোৱাৰী ওলাই আহিল বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।

    অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব পৰা কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী মহিলাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,অমিত শ্বাহ মুৰ্দাবাদ,সৰ্বানন্দ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাতৃ সমাজে।

    Photo Credit:@nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং