24 C
Guwahati
Tuesday, September 27, 2022
More

    মহানগৰীৰ খানাপাৰাত হঠাৎ জ্বলি উঠে এখন টেংকাৰ, চাওক VIDEO

    ঘটনাটোৰ ফলত খানাপাৰাত তীব্ৰ যান-জটৰ সৃষ্টি হয়

    মহানগৰীৰ খানাপাৰাত হঠাৎ অগ্নিদগ্ধ এখন টেংকাৰ। শ্ৱৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। গ্ৰীণউড ৰিজৰ্টৰ সমীপত সংঘটিত হয় এই ঘটনা।

    ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। ঘটনাটোৰ ফলত খানাপাৰাত তীব্ৰ যান-জটৰ সৃষ্টি হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং