15 C
Guwahati
Sunday, November 28, 2021
More

    মৰিগাঁৱৰ কোমোৰাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

    পৰিয়ালটোৰে কনিষ্ঠ পুত্ৰজনে নিচা সেৱন কৰি অগ্নি সংযোগ কৰাৰ সন্দেহ

    মৰিগাঁৱৰ কোমোৰাগুড়িত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত পৰিয়ালটোৰ ঘৰৰ সমস্ত বয়বস্তু অগ্নিত ভস্মীভূত হয় যদিও কোনো লোক হতাহত হোৱা নাই।

    উল্লেখ্য যে পৰিয়ালটোৰ ডাঙৰ বোৱাৰী গৰাকীয়ে দিয়া ভাষ্য অনুসৰি পৰিয়ালটোৰে কনিষ্ঠ পুত্ৰজনে নিচা সেৱন কৰি অগ্নি সংযোগ কৰা বুলি ব্যক্ত কৰে। আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

    Photo Credit:@kuldipbordoloi

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং