27 C
Guwahati
Monday, November 29, 2021
More

    যাত্ৰাপথতে জুইত জাহ গ’ল বাছ

    বাছত আছিল প্ৰায় ৪০জন যাত্ৰী। যান্ত্ৰিক বিজুতিৰ ফলতে জুইত জাহ গ’ল বাছখন

    গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এখন বাছ যাত্ৰাপথতে সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়।

    বৃহস্পতিবাৰে নিশা ৯.৪০ বজাত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা।

    বাছত আছিল প্ৰায় ৪০জন যাত্ৰী। যান্ত্ৰিক বিজুতিৰ ফলতে জুইত জাহ গ’ল বাছখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং