30 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: কৰ’ণা ভাইৰাছৰ বাবে সকলো শিক্ষানুষ্ঠান ৩১ মাৰ্চলৈ বন্ধ ঘোষণা পশ্চিমবংগ চৰকাৰৰ

    ১৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বন্ধৰ জাননি

    কেৰালা, দিল্লী, ছত্তিশগড়, ৰাজস্থানৰ পিছত এইবাৰ পশ্চিমবংগ চৰকাৰে বন্ধ ঘোষণা কৰিলে সকলো শিক্ষানুষ্ঠান। কৰ’ণা ভাইৰাছৰ বাবেই সুৰক্ষাজনিত কাৰণত এইদৰে বন্ধ ঘোষণা চৰকাৰৰ।

    চৰকাৰী-বেচৰকাৰী, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মাদ্ৰাছা, শিশু শিক্ষা কেন্দ্ৰ, মাধ্যমিক শিক্ষা কেন্দ্ৰ আদি সকলো বন্ধৰ ঘোষণা। ১৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বন্ধৰ জাননী জাৰি ৰাজ্যখনৰ চৰকাৰৰ। অৱশ্যে বৰ্ডৰ পৰীক্ষা সমূহ চলি থাকিব পৰীক্ষাসূচী অনুসৰিয়ে।

    Photo Credit: Goibibo

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং