25 C
Guwahati
Thursday, October 6, 2022
More

    Breaking: বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

    এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে সংযুক্ত মুক্ত বাহিনী অসমে(স্বাধীন)

    গণৰাজ্য দিৱসৰ পুৱা অসমৰ তিনিখনকৈ জিলাত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ। এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে সংযুক্ত মুক্ত বাহিনী অসমে(স্বাধীন)। পূৱা উজনি অসমৰ চাৰিটাকৈ স্থানত হৈছিল গ্ৰেনেড বিস্ফোৰণ।

    পত্ৰখনত লিখে যে, উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত গণতন্তৰ দিৱসৰ প্ৰাক মূহুৰ্তত পূৱা ৮ বজাৰ পৰা অসমৰ তিনিখন জিলাত ধাৰাবাহিকভাৱে হোৱা হোমা বিস্ফোৰণ সংযুক্ত মুক্ত বাহিনী অসম(স্বাধীন)ৰ অধীনস্থ সংযুক্ত মুক্ত ফৌজ অসম (স্বাধীন) সেনানীৰ দ্বাৰা সংঘটিত কৰা হৈছিল।

    Photo: the statesman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং