21 C
Guwahati
Sunday, October 24, 2021
More

    Breaking: চলন্ত ৰে’লৰ আগত জপিয়াই আত্মহত্যা ৬০ উৰ্ধৰ মহিলাৰ

    নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে খেদি পঠিওৱা সত্বেও ৰে'লৰ ট্ৰেকৰ পৰা আঁতৰি যোৱা নাছিল মহিলাগৰাকী

    আমিনগাঁও শৰাইঘাট দলঙৰ সমীপত আত্মহত্যাৰ ঘটনা। চলন্ত ৰে’লৰ আগত জপিয়াই আত্মহত্যা অচিনাক্ত বৃদ্ধ মহিলাৰ। গোলপীয়া আৰু বগা ৰঙৰ চাদৰ মেখেলা পিন্ধনত থকা মহিলাগৰাকীৰ আনুমানিক বয়স প্ৰায় ৬০ৰ উৰ্ধৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

    পিছে বৰ্তমানেও উদ্ধাৰ হোৱা নাই অচিনাক্ত মৃত বৃদ্ধ মহিলাগৰাকীৰ পৰিচয়। শৰাইঘাট দলঙৰ নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে খেদি পঠিয়াইছিল যদিও ৰে’লৰ ট্ৰেকৰ পৰা আঁতৰি যোৱা নাছিল মহিলা গৰাকী। ব্ৰহ্মপুত্ৰ মেইলৰ খুণ্ডাত নিহত হয় বৃদ্ধ মহিলাগৰাকী।

    Photo Credit: @nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং