23.4 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: কুমাৰীকাটাত দ্ৰুত বেগী ট্ৰাকে মহতিয়াই নিলে ছাত্ৰী

    নিহত ছাত্ৰী গৰাকী কুমাৰীকাটা ডনবস্ক' স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

    ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা। এখন দ্ৰুত বেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী ছাত্ৰীক। নিহত ছাত্ৰী গৰাকী কুমাৰীকাটা ডনবস্ক’ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কৃতি প্ৰধান বুলি জানিব পৰা গৈছে।

    বিদ্যালয়লৈ আহি থকা অৱস্থাতে বিদ্যালয়ৰ সন্মুখতেই দ্ৰুতবেগী BP-4-A0548 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক। পথ দুৰ্ঘনাক কেন্দ্ৰ কৰি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱোৰধ কৰে স্থানীয় ৰাইজে।

    Photo Credit: @abhijittalukdar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং