25 C
Guwahati
Monday, October 25, 2021
More

    Breaking: কইনা থবলৈ গৈ মাজবাটতে দুৰ্ঘটনাগ্ৰস্থ বাহন, থিতাতে নিহত ৫

    ২জন মঙ্গলদৈ অসামৰিক চিকিৎসালয় লৈ গৈ থকা অৱস্থাত পথতে মৃত্যু

    পুৱতি নিশা টংলাত ভয়ংকৰ দুৰ্ঘটনা। কইনা থবলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্থ। ৰাস্তাৰ মাজতে কেইবা পাক খাই উলটি পৰে বাহনখন। যাৰ ফলত থিতাতে নিহত ৫জন আৰু ২৬ জন লোক আহত হয় বুলি জানিব পৰা গৈছে৷

    আনহাতে ২জন লোকক মঙ্গলদৈ অসামৰিক চিকিৎসালয় লৈ গৈ থকা অৱস্থাত মাজ পথতে মৃত্যু। দুৰ্ঘটনাটো টংলাত সংঘটিত হয় বুলি জানিব পৰা গৈছে। মৃত সকলৰ ভিতৰত দুগৰাকীৰ নাম ছানছুমা বড়ো আৰু ৰবিৰাম বড়ো।

    টংলাৰ নাচনশালীত হোৱা এই পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ। আহত সকলৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ।

    Photo Credit: @kishor Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং