27 C
Guwahati
Thursday, September 22, 2022
More

    Breaking: লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

    লখিমপুৰ নগৰৰ পৰা কদম জৰাধৰাস্থিত নিশা নিজ গৃহলৈ গৈ থকা অৱস্থাতে সংঘটিত হ'য় এই ঘটনা

    লখিমপুৰৰ লামুগাঁৱত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত ৰখাই থোৱা ট্ৰাকত বাইক আৰোহীৰ খুণ্ডা। থিতাতে নিহত বাইক আৰোহী নিতুল লাহন ৩৫। নিহত নিতুল লাহন লখিমপুৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ গৃহৰক্ষী কৰ্মৰত।

    লখিমপুৰ নগৰৰ পৰা কদম জৰাধৰাস্থিত নিশা নিজ গৃহলৈ গৈ থকা অৱস্থাতে সংঘটিত হ’য় এই ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা বাইকৰ নম্বৰ AS – 07 4774 আৰু ট্ৰাকৰ নম্বৰ হ’ল AS – 01 DC 6132

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং