22 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: পুখুৰীত উপঙি থকা অৱস্থাত দিব্যাংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ চিকিৎসালয়লৈ

    সৰ্থেবাৰীৰ আমৃখোৱাত এটি মৃতদেহ উদ্ধাৰ। আমৃখোৱাৰ এটি পুখুৰীত উদ্ধাৰ এগৰাকী দিব্যাংগ যুৱতীৰ মৃতদেহ। স্থানীয়লোকৰ পৰা যুৱতীগৰাকী আমৃখোৱাৰ ভাৰতী নায়ক বুলি জানিব পৰা গৈছে।

    দিব্যাংগ যুৱতীগৰাকী পানীত পৰি উঠিব নোৱাৰাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰী আৰক্ষী। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ চিকিৎসালয়লৈ।

    Photo Credit: @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং