26 C
Guwahati
Sunday, October 24, 2021
More

    BREAKING: বন্যহস্তীৰ তাণ্ডৱত প্ৰাণ গ’ল এগৰাকী ছাত্ৰীৰ

    পুৱা ৫ মান বজাত সংঘটিত হয় এই ঘটনা

    লখিমপুৰৰ জহিং ২৭ নং লাইনত বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীয়ে হত্যা কৰিলে উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰীক।
    নিহত ছাত্ৰী গৰাকীৰ নাম মংগলু কুৰ্মী (১৭) স্থানীয় লোকৰ পৰ জানিব পৰা গৈছে।

    পুৱা ৫ মান বজাতেই সংঘটিত হয় এই ঘটনা। ঘৰৰ পৰা অলপ সমীপত থকা কুৱাৰ পৰা পানী আনিবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ পিছতেই বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় লোক। বন্যহস্তীৰ উপদ্ৰৱ ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ বনবিভাগ।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং