30 C
Guwahati
Friday, September 23, 2022
More

    Breaking: আজি অপৰাধী পৱন গুপ্তাৰ ক্ষমা আৱেদনৰ শুনানি

    ইতিমধ্যে এই আৱেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে

    নিৰ্ভয়া কাণ্ডৰ অপৰাধী পৱন গুপ্তাই কৰা আৱেদনৰ আজি শুনানি গ্ৰহণ। উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব পৱনৰ ক্ষমা আৱেদনৰ শুনানি। উল্লেখ্য যে, সেই জঘন্য অপৰাধ সংঘটিত কৰাৰ সময়ত পৱন নাৱালক আছিল।

    সেয়ে নিজকে নাৱালকৰ শাৰীত ৰাখি দোষমুক্ত ঘোষণা কৰিব লাগে নিৰ্ভয়া কাণ্ডৰ অপৰাধী পৱনক। এই বুলি উল্লেখ কৰি ক্ষমা আৱেদন দাখিল কৰিছে পৱন গুপ্তাই।

    ইতিমধ্যে এই আৱেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। পিছে উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব এই আৱেদনৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    Photo Credit: tv9

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং