16 C
Guwahati
Saturday, January 15, 2022
More

    Breaking: খাদ্যৰ অভাৱত অনাহাৰে কটাইছে ছাগলীয়াত আৱদ্ধ অসমৰ বহু শ্ৰমিক

    অধিকাংশ শ্ৰমিকৰ ঘৰ চিৰাং আৰু দৰং জিলাত

    ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত সষ্টম প্ৰশাসন। কেৰেলা আৰু কৰ্নাটকৰ পৰা ঘৰলৈ উভতি অহা অৰ্ধশতাধিক শ্ৰমিকক ছাগলীয়া গেটত আৱদ্ধ প্ৰশাসনৰ। কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই সুৰক্ষাজনিত কাৰণত এনেদৰে আৱদ্ধ কৰি ৰাখিছে অসমৰ শ্ৰমিক সকলক।

    স্বাস্থ্য পৰীক্ষা কৰি কেউজন শ্ৰমিককে আৱদ্ধ কৰি ৰাখিছে ছাগলীয়াৰ এখন এম ই স্কুলত। পিছে খাদ্যৰ অভাৱত অনাহৰে সময় অতিবাহিত কৰিব লগা হৈছে শ্ৰমিক সকলে। প্ৰশাসনেও যোগান ধৰা নাই খাদ্য সামগ্রী। অধিকাংশ শ্ৰমিকৰ ঘৰ চিৰাং আৰু দৰং জিলাত বুলি জানিব পৰা গৈছে।

    Photo Credit: new indian express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং