24 C
Guwahati
Wednesday, March 22, 2023
More

    Breaking: লখিমপুৰত আৰক্ষীৰ অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ ধৃত ১১ জুৱাৰী

    জুৱাৰ সামগ্ৰীসহ বৃহৎ পৰিমানৰ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে

    অবৈধ জুৱাৰ বিৰুদ্ধে লখিমপুৰৰ খেলমাটিত আৰক্ষীৰ অভিযান অব্যাহত। আৰক্ষী অধীক্ষক IPS শ্ৰী ৰাজৱীৰ সিঙৰ নিৰ্দেশত সঘনাই হৈ আছে আৰক্ষীৰ অভিযান।

    খেলমাটিৰ ১৪ নং ৱাৰ্ডত জুৱাৰ ঘাটিত অতৰ্কিত অভিযান চলায় আৰক্ষীয়ে। এই অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ হয় ১১টা কৈ ধৃত জুৱাৰী। জুৱাৰ সামগ্ৰীসহ বৃহৎ পৰিমানৰ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে জুৱাৰ সামগ্ৰীসহ বৃহৎ পৰিমানৰ ধনো জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

    Photo Credit: Hassinur Alom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং