26 C
Guwahati
Monday, October 3, 2022
More

    BREAKING: মণিপুৰৰ ৰাজধানী ইম্ফলত ভয়াবহ বিস্ফোৰণ

    IED বিস্ফোৰণত কঁপিল ইম্ফল চহৰ

    মণিপুৰৰ ৰাজধানী ইম্ফলত পুৱাই বিস্ফোৰণ। IED বিস্ফোৰণত কঁপিল ইম্ফল চহৰ। পশ্চিম ইম্ফলৰ নাগমপাল ৰিচম ৰোডত সংঘটিত হৈছে এই বিস্ফোৰণ।

    বিস্ফোৰণথলীত উপস্থিত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী। বৰ্তমানলৈ ইয়াৰ ক্ষয় ক্ষতিৰ কোনো ধৰণৰ তথ্য লাভ হোৱা নাই।

    Photo Credit: time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং