24 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: বিস্ফোৰক তথ্য ফাদিল, শিৱসাগৰৰ পৰা নিয়ন্ত্ৰিত হয় ৰাজ্যৰ হানি ট্ৰেপিং চক্ৰৰ জাল

    শিৱসাগৰত সক্ৰিয় হানি ট্ৰেপিং চক্ৰৰ নায়িকা উষা বেগম

    উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ৷ এনজিঅ’ আৰু আৰক্ষীৰ সহযোগত পৰিচালিত এই চক্ৰ৷ বিস্ফোৰক তথ্য ফাদিল, শিৱসাগৰৰ পৰা নিয়ন্ত্ৰিত হয় হানি ট্ৰেপিং চক্ৰৰ জাল।

    শিৱসাগৰত সক্ৰিয় হানি ট্ৰেপিং চক্ৰৰ নায়িকা উষা বেগম। হানি ট্ৰেপিঙতো সক্ৰিয় একাংশ যৌন কৰ্মী আৰু দেহ ব্যৱসায়ত জড়িত মহিলা।

    কিদৰে কৰা হয় এই হানি ট্ৰেপিঙৰ পৰিকল্পনা? সংবাদ মাধ্যমৰ হাতত পৰিছে শিহৰণকাৰী ভিডিঅ’। কিদৰে যুৱতীৰ প্ৰলোভনৰে জালত পেলোৱা হয় যুৱক, অথবা পুৰুষক৷ ব্লেকমেইলিঙৰে সৰ্বশ্ৰান্ত কৰা হয় হানি ট্ৰেপিং চক্ৰৰ জালত ভৰি দিয়া সকলক।

    হানি ট্ৰেপিঙৰ পৰিকল্পনা কৰা মহিলাৰ মুখত আৰক্ষী আৰু চেপ এনজিঅ’ৰ নাম। আৰক্ষীয়ে সহায় কৰে হানি ট্ৰেপিং চক্ৰক৷ হানি ট্ৰেপিং চক্ৰৰে জড়িত অভিযোগ উত্থাপন হোৱা এনজিঅ’।

    Photo Credit: Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং