15 C
Guwahati
Tuesday, January 25, 2022
More

    Breaking: গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪ সদস্য

    বিয়লিভাগত আহি উপস্থিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি আনকেইজন সদস্য

    গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪গৰাকী সদস্য। বৰঝাৰ বিমানবন্দৰত উপস্থিত খেলুৱৈকেইগৰাকী। বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজনক লৈ যোৱা হৈছে ৰেডিছন ব্লু হোটেললৈ। খেলুৱৈকেইগৰাকীৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ।

    বৰ্তমানলৈ গুৱাহাটীত উপস্থিত খেলুৱৈ ৱাছিংটন সুন্দৰ, যশপ্ৰিত বুমৰাহ, সঞ্জয় চামচনকে ধৰি ৪জন ভাৰতীয় ক্ৰিকেট দলৰ সদস্য। আনহাতে আজি বিয়লিভাগত আহি উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি আনকেইজন সদস্য।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং