20 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: কাইলৈ ৰাজপথত নচলে বাছ, জনতা কাৰ্ফিউৰ প্রতি সমৰ্থন জনাই অসম মটৰ পৰিবহন সন্থাৰ জাননী

    লগতে ২৩ মাৰ্চৰ পৰা গুৱাহাটীৰ পথত চলিব কেৱল ৫০% চিটি বাছ

    ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্মান জনাই লগতে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম মটৰ পৰিবহন সন্থাৰ এক জৰুৰী জাননী। ২২ মাৰ্চ ২০২০ দেওবাৰে জনতা কাৰ্ফিউৰ প্রতি সম্পূৰ্ণ সমৰ্থন জনাই অসমৰ সমূহ ব্যৱসায়িক বাছ ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব।

    তাৰোপৰি অহা ২৩ মাৰ্চৰ পৰা গুৱাহাটীৰ চিটি বাছ সমূহ ৫০% হে পথত চলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং