26 C
Guwahati
Friday, October 7, 2022
More

    Breaking: অৰুণাচলৰ পশ্চিম ছিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে

    অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ কেয়িঙত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত কেইবাটাও ঘৰ জ্বলি ভস্মীভূত। ক্ষয় ক্ষতিৰ পৰিমাণো জানিব পৰা হোৱা নাই।

    নিমিষতে ৰূদ্ৰ ৰূপ ধাৰণ কৰে এই অগ্নিকাণ্ডই। বৰ্তমালৈও পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা নাই অগ্নি নিৰ্বাপক বাহিনীয়ে। জুই নিয়ন্ত্ৰণ নোহোৱাত এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই।

    Photo Credit: Time8

    Published:

    7 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং