26 C
Guwahati
Friday, October 7, 2022
More

    Breaking: এক কোটি টকা মূল্যৰ সুৰা ভৰ্তি ট্ৰাক জব্দ চামগুৰিত

    অৰুণাচলৰ পৰা অসম হৈ বহিঃৰাজ্যলৈ লৈ গৈ আছিল সুৰাখিনি

    নগাঁৱৰ চামগুৰিত জব্দ ছয়খনকৈ সুৰা ভৰ্তি ট্ৰাক। আবকাৰি বিভাগে জব্দ কৰিছে সুৰাভৰ্তি ট্ৰাক কেইখন। অৰুণাচলৰ পৰা অসম হৈ বহিঃৰাজ্যলৈ লৈ গৈ আছিল সুৰাখিনি। পিছে গোপন খবৰৰ ভিত্তিত তালাচী চলাই আৰক্ষী আৰু আবকাৰি বিভাগে জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ সুৰাখিনি।

    জব্দহোৱা সুৰাখিনিৰ মূল্য প্ৰায় এক কোটি টকা হ’ব বুলি অনুমান কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। অৱশ্যে বৰ্তমানেও সংবাদ মাধ্যমৰ ওচৰত আবকাৰী বিভাগে সদৰী কৰা নাই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তথ্য।

    Photo: @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং