কৰ’ণা ভাইৰাছৰ বাবে ছিকিম চৰকাৰে বন্ধ কৰি দিছে ইনাৰ লাইন পাৰ্মিটৰ অনুজ্ঞাপত্ৰ। কোনো বহিৰাগত লোককে প্ৰৱেশত বাধা আৰোপ ছিকিম চৰকাৰৰ। ৰাজ্যখনৰ গৃহমন্ত্ৰালয়ে সদৰি কৰে এই ঘোষণা। বহিৰাগতৰ এই তালিকাত চুবুৰীয়া দেশ ভূটানকো সামৰি লোৱা হৈছে।

লগতে নাথুলাতো যোৱাৰ বাবে থকা বিশেষ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া বন্ধ ৰাখিছে উত্তৰ-পুৱৰ এই পাহাৰীয়া ৰাজ্যখনে। ২০২০ৰ ৫ মাৰ্চৰ পৰা এই অনুজ্ঞাপত্ৰ নিদিয়াৰ সিদ্ধান্ত ছিকিম চৰকাৰৰ।
Photo Credit: nomadic weekends and Time8