26 C
Guwahati
Friday, November 26, 2021
More

    Breaking: কৰ’ণাৰ বাবে ছিকিমত ইনাৰ লাইন পাৰ্মিটৰ অনুজ্ঞাপত্ৰ বন্ধ

    ৰাজ্যখনৰ গৃহমন্ত্ৰালয়ে সদৰি কৰে এই ঘোষণা

    কৰ’ণা ভাইৰাছৰ বাবে ছিকিম চৰকাৰে বন্ধ কৰি দিছে ইনাৰ লাইন পাৰ্মিটৰ অনুজ্ঞাপত্ৰ। কোনো বহিৰাগত লোককে প্ৰৱেশত বাধা আৰোপ ছিকিম চৰকাৰৰ। ৰাজ্যখনৰ গৃহমন্ত্ৰালয়ে সদৰি কৰে এই ঘোষণা। বহিৰাগতৰ এই তালিকাত চুবুৰীয়া দেশ ভূটানকো সামৰি লোৱা হৈছে।

    লগতে নাথুলাতো যোৱাৰ বাবে থকা বিশেষ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া বন্ধ ৰাখিছে উত্তৰ-পুৱৰ এই পাহাৰীয়া ৰাজ্যখনে। ২০২০ৰ ৫ মাৰ্চৰ পৰা এই অনুজ্ঞাপত্ৰ নিদিয়াৰ সিদ্ধান্ত ছিকিম চৰকাৰৰ।

    Photo Credit: nomadic weekends and Time8

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং