19 C
Guwahati
Sunday, November 27, 2022
More

    Breaking: কৰ’ণাৰ সন্দেহত নলবাৰীত আইছ’লেছন ৱাৰ্ডত এজন

    ব্যক্তিজন নলবাৰী জিলাৰ বনগাও ঠেলাপাৰাৰ কাদেৰ আলী

    ক’ৰণাৰ সন্দেহত নলবাৰীত এজনক ভৰ্তি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত। চেন্নাইত কৰ্মৰত লোকজন ঘৰলৈ অহাৰ পিছতে হঠাতে অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্ত্তি।

    বৰ্তমান চিকিৎসালয়ত বিশেষ সুৰক্ষা ব্যৱস্থাৰ মাজত চিকিৎসাধীন অৱস্থাত আছে ব্যক্তিগৰাকী। ব্যক্তিজন নলবাৰী জিলাৰ বনগাও ঠেলাপাৰাৰ কাদেৰ আলী বুলি জানিব পৰা গৈছে।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং