27 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: ২ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

    ৪ মাৰ্চত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ২৭ মাৰ্চলৈ ১২ দিনীয়ীকৈ অনুষ্ঠিত হ’ব এই বাজেট অধিৱেশন। ৪ মাৰ্চত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    বৰ্তমানৰ সোণোৱাল চৰকাৰৰ এইখন হ’ব অন্তিমখন বাজেট। বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে চূড়ান্ত কৰিছে সূচী।

    Photo: time8 digital

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং