25 C
Guwahati
Monday, October 25, 2021
More

    Breaking: ডাম্পাৰসহ ২০ ফুট দ খাৱৈত পৰি যুৱকৰ মৃত্যু

    যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস

    উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত অঘটন। বালি খান্দি থকা অৱস্থাতে ডাম্পাৰেসৈতে পৰি যায় এক যুৱক। পুৱতি নিশা সেই ডাম্পাৰৰ চেপাতে মৃত্যু হয় যুৱকজনৰৰ।

    ডাম্পাৰৰ সহ ২০ ফুট দ খাৱৈ পৰে যুৱকজন। পিছে সেই সময়ত উক্ত স্থানত অন্য় কোনো লোক নথকাত ওৰে নিশা দ খাৱৈতে আবদ্ধ হৈ ৰয় যুৱক। পুৱাৰ ভাগত হে স্থানীয় লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে যুৱকক। যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস(২২) বুলি জানিব পৰা গৈছে।

    Photo Credit: Nitopam Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং