27 C
Guwahati
Thursday, September 22, 2022
More

    Breaking: চৰাইদেউৰ সাপেখাতীত নিশা বোমা বিস্ফোৰণ

    প্ৰচণ্ড বিস্ফোৰণৰ শব্দই জোঁকাৰি গ'ল সাপেখাতী

    ২৬ জানুৱাৰীৰ পূৰ্বে উজনিত কূটাঘাতৰ পৰিকল্পনা। চৰাইদেউৰ সাপেখাতীত নিশা বোমা বিস্ফোৰণ। প্ৰচণ্ড বিস্ফোৰণৰ শব্দই জোঁকাৰি যায় সাপেখাতী। নিশা প্ৰায় ১১.৪০ বজাত সংঘটিত হয় এই ঘটনা।

    এই বোমা বিস্ফোৰণৰ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়। অৱশ্যে বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ অঞ্চল তন্নতন্নকৈ পৰীক্ষা কৰে।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং