26 C
Guwahati
Friday, October 7, 2022
More

    Breaking: গণৰাজ্য দিৱসৰ দিনাই প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল সোণাৰি

    অৱশ্যে এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই

    গণৰাজ্য দিৱসৰ দিনাই ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল সোণাৰি। বাজাজ পালছাৰ বাইকত অহা উগ্ৰপন্থী দলে টিয়কঘাট তিনি আলিত গ্ৰেণড নিক্ষেপ কৰে।

    নীলা ৰঙৰ পালছাৰত অহা কুটাঘাতকাৰীয়ে মিলিক আলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত গ্ৰেণেড দলিয়াই পলায়ন কৰে। অৱশ্যে এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই।

    Inputs And Photo : Hansang Konwar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং