24 C
Guwahati
Tuesday, October 26, 2021
More

    Breaking: ক’লা পতাকাৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীও আছুকৰ্মীক গামোচা প্ৰদৰ্শন কৰে

    প্ৰয়াত প্ৰণৱ গগৈৰ ঘৰলৈ বুলি আহোতে ক’লা পতাকাৰ সন্মুখীন হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেখুৱালে ক’লা পতাকা।

    স্বাস্থ্যমন্ত্ৰীগৰাীক শিৱসাগৰৰ মাজমজিয়াত আছুৱে এনেদৰে ক’লা পতাকা দেখুৱাই। প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীও আছুকৰ্মীক গামোচা প্ৰদৰ্শন কৰে।

    Photo Credit: Sanjay Pareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং