26 C
Guwahati
Saturday, December 3, 2022
More

    Breaking: নৱবৰ্ষৰ দিনাই মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন

    নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী প্ৰদৰ্শন কৰিলে কলা পতাকা

    নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰিলে ক’লা পতাকা । সৰ্থেবাৰী ন সত্ৰ কৃষ্ণ গুৰু সেৱা শ্ৰমত যোৱা পথত এইদৰে জনতাৰ ক্ষোভৰ সন্মুখিন হয় সৰ্বানন্দ সোণোৱাল। নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰিলে কলা পতাকা।

    অৱশ্যে আৰক্ষীয়ে এই ঘটনাৰ পিছতে আটক কৰে যুৱ ছাত্ৰ পৰিষদৰ দুজন সদস্যক। এই ক’লা পতাকা প্ৰদৰ্শনৰ পিছতে এতিয়া নলবাৰী চামতা সৰ্থেবাৰীত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং