23.4 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: ৰাজ্যসভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নাম ঘোষণা অজিত ভূঞাৰ

    দিনৰ ১২বজাত নতুন দিল্লীত এই এই ঘোষণা কৰে দুই দলৰ নেতৃত্বই

    সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই বুধবাৰে ৰাজ্যসভাৰ এখন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নাম ঘোষণা অজিত কুমাৰ ভূঞাৰ। কংগ্ৰেছ আৰু AIUDFএ একেলগে মিলিত হৈ এইদৰে উমৈহতীয়া পাৰ্থী নিৰ্বাচন কৰে। দিনৰ ১২বজাত নতুন দিল্লীত এই এই ঘোষণা কৰে দুই দলৰ নেতৃত্বই।

    ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহত দুয়োটা দলে যুটীয়া ভাৱে এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰি কৰে। এই সংবাদ মেলত উপস্থিত থাকে ৰিপুন বৰাৰ লগতে অসম বিধান সভাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং