27 C
Guwahati
Monday, November 29, 2021
More

    Breaking: অসম বিধানসভাৰ প্ৰৱেশদ্বাৰত AIUDFৰ ধৰ্ণা

    চাহ মেল বৰ্জন কংগ্ৰেছৰ

    অসম বিধানসভাৰ প্ৰৱেশদ্বাৰত AIUDF বিধায়কৰ ধৰ্ণা। হাতে হাতে প্লেকাৰ্ড লৈ বিধায়ক সকলৰ ‘কা’ বিৰোধী ধৰ্ণা। মৌনভাৱে সমাপন কৰে এই ধৰ্ণা কাৰ্যসূচী।

    আনহাতে পুৱাৰ ভাগত হোৱা বিধানসভাৰ চাহ মেল বৰ্জন কংগ্ৰেছৰ। জাতিৰ এই সংকটৰ সময়ত এইদৰে বিৰোধ কৰি যোৱাৰ হুংকাৰ বিৰোধী নেতা সকলৰ।

    কোনো কাৰণতে মানি লোৱা নহ’ব এই নাগৰিকত্ব সংশোধনী আইন। বিধানসভাত অংশ ল’লেও অহৰহ চলাই নিব প্ৰতিবাদ তথা আন্দোলন।

    Photo: Jyotish Pawan Bordoloi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং