31 C
Guwahati
Thursday, September 29, 2022
More

    BREAKING: বকোৰ শিংৰাত শোকাবহ দুৰ্ঘটনাত থিতাতে নিহত এজন

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৫জন যুৱক

    বকোৰ শিংৰাৰ সমীপৰ শালনিত শোকাবহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শাল গছত খুন্দা অল্টো বাহনৰ। থিতাতে নিহত এজন যুৱক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৫জন যুৱক। নিহত যুৱকজন নাজিৰ হুছেইন (৩২) বুলি জানিব পৰা গৈছে। নাজিৰৰ ঘৰ ছয়গাওঁ গৰৈমাৰীৰ বৰাখাটত।

    আঘাতপ্ৰাপ্ত দিলবৰ আলী, আলী হুছেইন, বাহাৰুল ইছলাম, ৰবিউল হুছেইন আৰু আজগৰ আলী। আঘাতপ্ৰাপ্ত ৫ জনকেই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিতিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। জলেশ্বৰৰ উৰুছ মেলাৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত মাৰুতি অল্টোখনৰ নম্বৰ AS01-DY-1671।

    Photo: @manimala-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং